Aadim ripu cover art

Aadim ripu

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Aadim ripu

By: ৰঞ্জু হাজৰিকা
Narrated by: Paplu Chetia
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £9.44

Buy Now for £9.44

অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ 'আদিম ৰিপু'। কাহিনী গতি কৰিছে, ডকাইতিৰ দৰে কুকৰ্মক বৃত্তি হিচাপে লৈ জীৱন যাপন কৰা বীৰুৰ ঘটনাৰাজি লৈ। মৃত্যুসম বহু কষ্টকো নেওচি জীয়াই থাকে বীৰু। প্ৰতাপী ডকাইত বীৰু বাটৰ খোজনীয়া হোৱালৈকে এক মননশীল কাহিনী। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব 'ষ্টৰীটেল'ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস 'আদিম ৰিপু'। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।©2023 Storyside IN (P)2023 Storyside IN Thriller & Suspense
adbl_web_anon_alc_button_suppression_c
No reviews yet