Aghari Aatmar Kahini cover art

Aghari Aatmar Kahini

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Aghari Aatmar Kahini

By: চৈয়দ আব্দুল মালিক
Narrated by: Aichenga Baruah
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £12.80

Buy Now for £12.80

ছৈয়দ আব্দুল মালিক। সঁচাই যেন তেখেত অসমীয়া সাহিত্য জগতখনৰেই 'মালিক'! তেখেত স্বপ্নদ্ৰষ্টা। 'অঘৰী আত্মাৰ কাহিনী' শীৰ্ষক উপন্যাসখনি মালিকদেৱৰ এক অনুপম সৃষ্টি। মূল চৰিত্ৰ শশাংকই হওক বা অপৰাজিতাই হওক বা মৃগাংকই হওক, এই সকলোৰে সামাজিক একো একোটা সুন্দৰ পৰিচয় থাকিলেও যেন চৰিত্ৰবোৰৰ স্থায়ী আশ্ৰয় নাই। তেওঁলোকৰ আত্মাবোৰ, মনবোৰ যেন অঘৰী। হাবাথুৰি খাই বিচাৰি ফুৰিছে মনৰ আশ্ৰয়কণ, মানসিক শান্তিকণ। একো একোটা মুখা পিন্ধি যেন চৰিত্ৰবোৰে মাথো জীৱনৰ কৰ্তব্য বোৰহে পালন কৰি গৈ আছে। ব্যক্তিগত ইচ্ছা-অনিচ্ছা, আশা-প্ৰত্যাশাবোৰ সমীৰণ, অপৰা, শশাংকহঁতে যেন বহু আগতেই জলাঞ্জলি দিলে। তেওঁলোকৰ আত্মাবোৰ অতৃপ্ত। অঘৰী! 'অঘৰী আত্মাৰ কাহিনী'ত ছাঁয়াই নাজানে তাইৰ পিতৃ কোন, মাতৃ কোন। পৰিচয়হীনতাই তাইৰ পৰিচয়! এই গ্লানিৰ ভাৰ সহিব নোৱাৰি তাই স্বেচ্ছাৰেই আঁতৰি গ'ল পৃথিৱীৰ পৰা- তাই আত্মহত্যা কৰিলে। উপন্যাসখনিৰ প্ৰতিটো চৰিত্রই যেন এটি এটি অঘৰী আত্মা।©2021 Storyside IN (P)2021 Storyside IN Genre Fiction Literary Fiction
adbl_web_anon_alc_button_suppression_c
No reviews yet