Arundhati cover art

Arundhati

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Arundhati

By: মণিকুন্তলা ভট্টাচাৰ্য
Narrated by: Sarmistha Chakravorty
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £14.81

Buy Now for £14.81

বাস্তৱ চৰিত্ৰৰ সংযোজনেৰে ৰচনা কৰা এক নিৰ্ভেজাল দস্তাবেজ হ'ল মণিকুন্তলা ভট্টাচাৰ্যৰ উপন্যাস অৰুন্ধতী। এগৰাকী বিবাহ বিচ্ছেদিত নাৰীৰ সূক্ষ্মতম অনুভূতিবোৰকো সাৱলীলভাৱে এই উপন্যাসখনত উপস্থাপন কৰা হৈছে। স্বামী-স্ত্ৰীৰ দাম্পত্য জীৱনৰ কেতবোৰ বাস্তৱিক কথাক নিৰ্মমভাৱে বিশ্লেষণ কৰা হৈছে। এই উপন্যাসখন অসমীয়া সাহিত্য জগতৰ এক সাহসী সংযোজন। 'অৰুন্ধতী' এতিয়া শুনক ষ্টৰীটেলত, শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ কণ্ঠত।©2022 Storyside IN (P)2022 Storyside IN Genre Fiction Literary Fiction
adbl_web_anon_alc_button_suppression_c
No reviews yet