Bordeuta Ahibor Dina cover art

Bordeuta Ahibor Dina

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Bordeuta Ahibor Dina

By: মণিকা দেৱী
Narrated by: Sarmistha Chakravorty
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £6.46

Buy Now for £6.46

সৰু ল'ৰাটোৱে চহৰৰ পৰা অহা বৰদেউতাকলৈ অপাৰ আগ্ৰহেৰে ৰৈ থাকে। বৰদেউতাকৰ স্কুটাৰখন তাৰ অনন্ত কৌতুহলৰ উৎস। গাঁৱত কাৰো স্কুটাৰ নাই। বৰদেউতাকৰ স্কুটাৰৰ পাচফালে উঠি সি সমনীয়াৰ আগত গৌৰৱ কৰিব আৰু টাউনলৈ ফুৰিবলৈ যাব- এনে কিছু সপোনে অকমানি ল'ৰাটোক স্বপ্নবিভোৰ কৰি ৰাখে। বৰদেউতাক আহিলেই সি সপোন দেখে। পিছে ইমান সৰল নে বৰদেউতাকৰ পৃথিৱীখন? মণিকা দেৱীৰ গল্পই পাঠক-শ্ৰোতাৰ অন্তৰৰ সৰলতম অংশক জোকাৰি যায়। তাতোকৈ অদ্ভুত কথাটো হ'ল যে নিম্ন-মধ্যবিত্তিয় জটিলতাত সোমাই থাকিও চৰিত্ৰসমূহৰ সৰলতা হেৰাই নাযায়। 'বৰদেউতা আহিবৰ দিনা' শুনোঁ আহক।©2021 Storyside IN (P)2021 Storyside IN
adbl_web_anon_alc_button_suppression_c
No reviews yet