Borduwani cover art

Borduwani

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Borduwani

By: মণিকুন্তলা ভট্টাচাৰ্য
Narrated by: Malaya Goswami
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £14.75

Buy Now for £14.75

বৰদোৱানী আৰু পুণ্যধৰৰ প্ৰেম সাধাৰণ হৈও অদ্ভুত ধৰণে অসাধাৰণ যেন! বৰদোৱানীৰ ভালপোৱাই ত্যাগ, মমতা, দায়িত্ব, একাকিত্বৰ এক মিশ্ৰিত আভাস দিও এটা সময়ত যেন দৈবিয় এক পৰ্যায় পাইছেগৈ.. পুণ্যধৰক সেই ভালপোৱাই আলোকিত কৰিব পাৰিলে নে? কি হ'ল পুণ্যৰ দ্বিতীয় পত্নী আৰু সন্তানহীনা বৰদোৱানীয়ে নিজৰ পেটৰ পোৰ দৰে আপডাল কৰা পুত্ৰৰ? জীৱন সংঘৰ্ষৰেই অন্য এক নাম হলেও শেষলৈ কেৱল ভালপোৱাই মানুহক উজ্জিৱিত কৰে, উদ্ধাৰ কৰে। বৰদোৱানীৰ জীৱন কাহিনীত ঔপন্যাসিকে বাৰম্বাৰ যেন তাকেই প্ৰতিপন্ন কৰিছে। মণিকুন্তলা ভট্টাচাৰ্যৰ কলমত প্ৰাণ পাই উঠা বৰদোৱানীৰ জীৱন তথা প্ৰেমৰ এই সচাঁ কাহিনীটো প্ৰথমবাৰৰ বাবে অত্যন্ত অন্তঃস্পৰ্শী ৰূপত পাঠ কৰিছে জনপ্ৰিয় তথা সংবেদনশীল অভিনয় শিল্পী মলয়া গোস্বামীয়ে, একমাত্ৰ ষ্টৰীটেলৰ বাবে। আহকচোন শুনো!©2022 Storyside IN (P)2022 Storyside IN Genre Fiction Literary Fiction
adbl_web_anon_alc_button_suppression_c
No reviews yet