Dohonot mrityu bhoyonkor cover art

Dohonot mrityu bhoyonkor

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Dohonot mrityu bhoyonkor

By: ৰঞ্জু হাজৰিকা
Narrated by: Tarun Gogoi
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £11.73

Buy Now for £11.73

আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে, যিবোৰৰ কোনো যুক্তিসংগত কাৰণ বিচাৰি নাপাওঁ। যি ঘটিছে তাক প্ৰকাশ্যে স্বীকাৰ কৰিব নোৱাৰিলেও, সেইয়া কেনেকৈ ঘটিল তাক অস্বীকাৰ কৰিব নোৱাৰি। এখন সাধাৰণ কিতাপৰ বাবে মানুহৰ মৃত্যু হ'ব পাৰে নে? পাৰে নে এখন কিতাপে মানুহক হত্যা কৰিব? যদি পাৰে, তেন্তে কেনেকৈ? কি কিতাপ সেইখন? আৰু যদি নোৱাৰে তেন্তে বন্ধ কোঠাৰ ভিতৰত কোনে হত্যা কৰিলে নয়নাক? নয়নাৰ হত্যাকাৰীৰ সম্ভেদ নৌপাওঁতেই কেনেকৈ মৃত্যু ঘটিল শ্বাশ্বত, শশাংক আৰু সিহঁতৰ মাতৃৰ? সঁচাকৈয়ে পৃথিৱীত আছে নে আলৌকিক কিবা শক্তি? নে অন্য কিবা?এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ ভৌতিক উপন্যাস 'দহনত মৃত্যু ভয়ঙ্কৰ'©2022 Storyside IN (P)2022 Storyside IN
adbl_web_anon_alc_button_suppression_c
No reviews yet