Kojola kuwolir jontrona cover art

Kojola kuwolir jontrona

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Kojola kuwolir jontrona

By: ৰঞ্জু হাজৰিকা
Narrated by: Paplu Chetia
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £11.64

Buy Now for £11.64

অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ 'কজলা কুঁৱলীৰ যন্ত্ৰণা'। কাহিনী গতি কৰিছে দুটা পৃথক ধৰণে। ৰিপুৰ বশৰ্ৱতী হৈ নিজৰে সম্পত্তিবোৰৰ অনিৰাপত্তা বুলি ধৰি লৈ জীৱন যাপন কৰা এজন লোক ইন্দ্ৰজিৎ দত্তৰ কাহিনী। আনটো কাহিনী নিৰ্ধাৰিত লিপ্সাই কোঙা কৰা ডা° বিজয় চৌধুৰীৰ জীৱনৰ আধাৰত। এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব 'ষ্টৰীটেল'ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস 'কজলা কুঁৱলীৰ যন্ত্ৰণা'। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।©2023 Storyside IN (P)2023 Storyside IN Thriller & Suspense
adbl_web_anon_alc_button_suppression_c
No reviews yet