Kolongkito nayok cover art

Kolongkito nayok

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Kolongkito nayok

By: ৰঞ্জু হাজৰিকা
Narrated by: Devanga Pallav Saikia
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £11.73

Buy Now for £11.73

চহৰৰ মাজ মজিয়াত এখন টেক্সিৰ ভিতৰত উদ্ধাৰ হয় এগৰাকী নাৰীৰ মৃতদেহ। সেই নাৰীৰ নাম অনুৰাধা দাস। গ্ৰেপ্তাৰ হয় টেক্সি চালক বীৰেন্দ্ৰ গগৈ। অথচ বীৰেন্দ্ৰ গগৈয়ে কয় সেই হত্যা তেওঁ কৰা নাই। সেই হত্যাৰ পম খেদি পুলিচ বাহিনী আৰু চৰকাৰী ডিটেকটিভ দেৱজিত ফুকনে খবৰ পাই এক বিৰাট চোৰাং সোণৰ কাৰবাৰৰ আৰু তাৰ সন্ধানত নামি পৰে তেওঁলোক। আনহাতে সেই একে হত্যাৰ পম খেদি প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ আৰু সহযোগী ড০ অমলকৃষ্ণ হাজৰিকা লগ হয় তেওঁলোকৰ। টেক্সি চালক বীৰেন্দ্ৰ গগৈৰ পৰা অনুৰাধাৰ হত্যাকাৰীৰ নাম যে বাসু সেই কথা সন্দেহ কৰে পবিত্ৰ লহকৰে। কিন্তু কোন এই বাসু? অনুৰাধাৰ সৈতে চিনাকি মানুহৰ খবৰ লওঁতে কমেও চাৰি-পাঁচ জনৰ নাম বাসু বুলি ভবাৰ থল ৰৈ গৈছে। তেনেস্থলত অনুৰাধাই কাক বাসু বুলি মাতিছিল? আৰু অনুৰাধাক হত্যা কৰাৰ কাৰণেই বা কি আছিল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস 'কলংকিত নায়ক'।©2022 Storyside IN (P)2022 Storyside IN
adbl_web_anon_alc_button_suppression_c
No reviews yet