Nil Prajapati cover art

Nil Prajapati

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Nil Prajapati

By: অনুৰাধা শৰ্মা পূজাৰী
Narrated by: Sarmistha Chakravorty
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £12.80

Buy Now for £12.80

সুখৰ পখিলাটো অহৰহ খেদি ফুৰে মানুহে। পায় জানো সুখ? নীল প্ৰজাপতি পৱিত্ৰ, অস্পৰ্শা, গভীৰ অৰণ্যতহে বিচাৰি পোৱা যায় বুলি প্ৰবাদ আছে। তেনেহলে, মানুহৰ সুখৰ নীল প্ৰজাপতিটোও মানুহৰেই অন্তৰৰ একান্ত নিভৃততম কোণত লুকাই নাথাকে জানো? অথচ, বিশ্বায়নে সৰু কৰি অনা পৃথিৱীত মানুহ যেন ক্ৰমশঃ আঁতৰি গৈ আছে ইজনে সিজনৰ মনৰ পৃথিৱীখনৰ পৰা। মনৰ সম্পৰ্কবোৰত থকা সুখ, দুখ, বিশ্বাস, সংঘাত, মিলন আদি অনুভূতিবোৰ যেন জটিলতৰ হৈ গৈ আছে। ক'ত বিচাৰি চোৱা যায় সুখৰ নীল প্ৰজাপতি? আহক বিচাৰি চাওঁ অনুৰাধা শৰ্মা পূজাৰীৰ এই মনোমোহা উপন্যাসখনত।©2021 Storyside IN (P)2021 Storyside IN Genre Fiction Literary Fiction
adbl_web_anon_alc_button_suppression_c
No reviews yet