Nokhyotro joyor gaan cover art

Nokhyotro joyor gaan

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Nokhyotro joyor gaan

By: ৰঞ্জু হাজৰিকা
Narrated by: Danish Ahmed
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £10.52

Buy Now for £10.52

*নক্ষত্ৰ জয়ৰ গান* এটা কল্প বিজ্ঞানৰ কাহিনী। অৰিজিত, ৰাখা, ভাস্কৰ, আদিত্য, অলক আদি কৰি কেইজনমানৰ এটা দল। মহাবিশ্বৰ ৰহস্য উদ্ঘাটনৰ উদ্দেশ্য তেওঁলোকৰ যাত্ৰা মহাবিশ্বৰ বুকুত। সৌৰজগতৰ প্ৰতিটো গ্ৰহ, নক্ষত্ৰৰ ৰহস্য, গতিবিধি সকলো পৰীক্ষা কৰাই তেওঁলোকৰ মূল উদ্দেশ্য। সেইকাৰণে কেতিয়াবা কেতিয়াবা তেওঁলোকে নিজৰ স্পেচ যানখন লৈ কোনো কোনো গ্ৰহত অৱতৰণ কৰিছে। ক'ৰবাত যদি এই অৱতৰণৰ ফল শূণ্য, ক'ৰবাত আকৌ মুখামুখি হৈছে বিপদৰ। ক'ৰবাত মুখামুখি হৈছে এক আচৰিত পক্ষীমানৱৰ। সেই আশ্চৰ্য মাৰ নাযাওঁতেই মুখামুখি হৈছে গৰিলা সদৃশ এক ভয়ানক জীৱৰ। ক'ৰবাত মুখামুখি হৈছে এক অদ্ভূত যন্ত্ৰ মানৱৰ। কিন্তু কি হ'ল তেওঁলোকৰ? বাৰে বাৰে প্ৰত্যাহ্বানৰ সন্মূখীন হোৱা এই দলটো সুকলমে ঘূৰি আহিল নে পৃথিৱীলৈ? নে মহাবিশ্বৰ ৰহস্য উদ্ঘাটন কৰিবলৈ গৈ নিজেও সোমাই পৰিল ৰহস্যৰ আৱৰ্তত? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ কল্প বিজ্ঞানভিত্তিক উপন্যাস 'নক্ষত্ৰ জয়ৰ গান'।©2022 Storyside IN (P)2022 Storyside IN
adbl_web_anon_alc_button_suppression_c
No reviews yet