Osin dweep oxanto xagor oboruddho prem cover art

Osin dweep oxanto xagor oboruddho prem

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Osin dweep oxanto xagor oboruddho prem

By: ৰঞ্জু হাজৰিকা
Narrated by: Ratna Das
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £11.58

Buy Now for £11.58

জেয়াৰ... ।দ্য ডাৰ্ক কণ্টিণেণ্ট ৰূপে খ্যাত আফ্ৰিকাৰ এই অতিশয় ৰহস্যাবৃত অঞ্চললৈ যিয়ে এবাৰ গৈছে উভতি অহাৰ তথ্য আজিলৈ কাৰো হাততেই নাই ।তেনেস্থলত হঠাৎ ড০ অধ্যাপকৰ কিয় এই পৰিকল্পনা ?শেষত পৰিকল্পনা মতেই যাবলৈ সাজু হ'ল তিষ্যা আৰু ৰবীন ।লগত সহযোগী হিচাপে ওলাল বন্ধু হিমু আৰু যীচু । অভিযানৰ সফল সমাপ্তিৰ পিছতেই তিষ্যা আৰু ৰবীনৰ বিয়াৰ কথা তিষ্যাৰ পিতৃ ড০ অধ্যাপকে অভিযানৰ পূৰ্বেই ঘোষণা কৰিলে ।তাৰ পিছত আৰু উভতি চোৱাৰ সকলোবোৰ পথ অৱৰুদ্ধ।এনেদৰে প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হ'ল তিষ্যা,ৰবীন,হিমু আৰু যীচু।ৰঞ্জু হাজৰিকাৰ বহুচৰ্চিত ৰহস্য উপন্যাস 'অচিন দ্বীপ,অশান্ত সাগৰ আৰু অৱৰুদ্ধ প্ৰেম' নামৰ এই গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই কঢ়িয়াই নিছে গভীৰ উৎকণ্ঠা, সংশয়, অনিশ্চয়তা আৰু দ্ৰুত পৰিৱৰ্তনশীল আবেগ আৰু ঘটনাপ্ৰবাহৰ শ্বাসৰুদ্ধকাৰী শিহৰণ ।আহঁক, 'জেয়াৰ'ৰ অটল ৰহস্যৰ অচীন আন্ধাৰ পৃথিৱীত হেৰাই যোৱা এহাল প্ৰেমিক যুগল আৰু দুই বন্ধুক এই গ্ৰন্থপাঠৰ মাজেৰেই আমি বিচাৰি যাওঁ.....©2023 Storyside IN (P)2023 Storyside IN
adbl_web_anon_alc_button_suppression_c
No reviews yet