Puwotir Jonak Aru Ek Cup Saah cover art

Puwotir Jonak Aru Ek Cup Saah

Preview
LIMITED TIME OFFER

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Puwotir Jonak Aru Ek Cup Saah

By: Indranee Sharma
Narrated by: কমল লোচন, তৰুণ গগৈ, মৈত্ৰেয়ী পাটৰ
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £3.56

Buy Now for £3.56

দীঘল চুলিৰ বিন্দাচ ল'ৰাটোৰ নাম জোনাক। কেতিয়াও প্ৰেম বোলা বস্তুটোৰ কাষ নচপা, প্ৰেমৰ পৰা দুৰতে থকা ভাল বুলি ভবা, লগৰবোৰে 'বাবা' নাম দিয়া জোনাক শইকীয়া পিছে এদিন প্ৰেমত পৰে কেকুঁৰা চুলিৰ জাধলী ছোৱালী পুৱতিৰ। প্ৰেম মানে গেহৰা প্ৰেম! কিন্তু পুৱতিৰ জীৱনটো জানো সি দেখাৰ দৰে সহজ? জোনাকৰ এই পগলা প্ৰেমৰ কথা কাহানিবা পুৱতিয়ে জানিব নে? হবগৈ জানো সি তাৰ পুৱতিৰ জোনাক! জানিবলৈ শুনক ষ্টৰীটেল অৰিজিনেলে বিশেষভাৱে আগবঢ়োৱা অডিঅ' প্ৰেমৰ গল্প 'পুৱতিৰ জোনাক আৰু একাপ চাহ', জনপ্ৰিয় অভিনয় শিল্পী কমল লোচন আৰু গীতিকাৰ, কণ্ঠশিল্পী মৈত্ৰেয়ী পাটৰৰ কণ্ঠত। এই নিটোল কাহিনীটো লিখিছে বৰ্তমান সময়ৰ অতিকৈ সমাদৃত কথাশিল্পী, 'অৰ্ণৱ, আস্থা আৰু JEC' খ্যাত ইন্দ্ৰাণী শৰ্মাই।©2021 Storytel Original IN (P)2021 Storytel Original IN
adbl_web_anon_alc_button_suppression_t1
No reviews yet