Tezor obhixaar cover art

Tezor obhixaar

Preview
Prime Member Exclusive

3 Months Free

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 15 July 2026 at 11:59 BST.
More purchase options

Tezor obhixaar

By: ৰঞ্জু হাজৰিকা
Narrated by: Aichengfa Baruah
Get this deal

£5.99/mo after 3 months. Cancel monthly.

Buy Now for £10.76

Buy Now for £10.76

লেখক ৰঞ্জু হাজৰিকাদেৱৰ সুন্দৰ সৃষ্টি 'তেজৰ অভিসাৰ', দুখন উপন্যাসৰ সমষ্টি 'মৃত্যু অভিসাৰ' আৰু 'ক্ষুধিত সৰীসৃপ'। ডিটেক্টিভ কাহিনীৰ পাততেই কেৱল ৰহস্য আবদ্ধ নহয়, ৰহস্য সৰ্বত্ৰ। বিশ্বজগত, মহাকাশ সকলোতেই আছে ৰহস্য। লেখকৰ এই উপন্যাসখনিৰ কাহিনী দুটি বিজ্ঞাননিৰ্ভৰ। একে আষাৰে কল্পবিজ্ঞান আখ্যা নিদি হ'ৰৰ উপন্যাস বুলিও ক'ব পাৰি। কাহিনী দুটি সম্পূৰ্ণ কল্পনাপ্ৰসূত। আৰু এই উপন্যাসখনিৰ কাহিনী দুটিৰ বিষয়বস্তু হৈছে প্ৰাগ্ঐতিহাসিক যুগৰ এক বিশাল আকাৰৰ জীৱ। শিহৰণ-শংকা-উদ্বেগ-উত্কণ্ঠাভৰা ৰহস্যকেন্দ্ৰিক উপন্যাস দুখনে পাঠকক আমোদ দিব বুলি আশা কৰিলোঁ। গতিকে আজিয়েই 'ষ্টৰীটেল অসমীয়া'ত উপলব্ধ এই উপন্যাসখনি মোৰ সতে শুনোঁ আহকছোন।©2022 Storyside IN (P)2022 Storyside IN
adbl_web_anon_alc_button_suppression_c
No reviews yet